সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্থান ওখ হৈ গৈছে
উদাহরণ : উচ্চতাত বাহন লাহেকৈ চলাব
অর্থ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
উদাহরণ :
সমার্থক : ওখ, দীঘ, দীর্ঘতা, দৈর্ঘ্য
অর্থ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
উদাহরণ : উৰাজাহাজখন বহুত ওপৰত উৰি আছে
সমার্থক : ওপৰ
ইনস্টল