অর্থ : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
উদাহরণ :
এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
সমার্থক : অস্থিৰ হোৱা
অর্থ : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
উদাহরণ :
দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল