সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ইৰাণৰ অধিবাসী
উদাহরণ : কিছুমান ইৰাণীয়ে খেতি কৰি জীৱন নি্র্বাহ কৰি আছে
সমার্থক : ইৰাণ বাসী, ইৰাণ-বাসী, ইৰাণবাসী, পার্চিয়ান
অর্থ : ইৰাণত থকা বা বসতি কৰা
উদাহরণ : এই বিশ্ববিদ্যালয়ত ভালেমান ইৰাণী ছাত্র-ছাত্রীয়ে পঢ়ি আছে
অর্থ : ইৰাণ দেশৰ সৈতে সম্বন্ধ থকা
উদাহরণ : ইৰাণী ্অর্থব্যৱস্থা খনিজ তেলৰ ওপৰত নি্র্ভৰ কৰে
সমার্থক : পাৰস্য
ইনস্টল