অর্থ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
উদাহরণ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
সমার্থক : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
অর্থ : ভেল্কীবাজিৰ কাম
উদাহরণ :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
সমার্থক : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি