অর্থ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
উদাহরণ :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
সমার্থক : কল, চলন যন্ত্র, মেচিন, যন্ত্র
অর্থ : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
উদাহরণ :
ৰেলগাড়ীত ইঞ্জিন লগাই আছে
সমার্থক : চালক যন্ত্র, চালকযন্ত্র