অর্থ : উত্তৰ-পূৱ আফ্রিকাৰ এখন দেশ
উদাহরণ :
ইজিপ্তৰ পিৰামিড বিশ্ব প্রসিদ্ধ
সমার্থক : আৰব ৰিপাব্লিক অৱ ইজিপ্ত
অর্থ : ইজৰাইলৰ পশ্চিমত থকা এক প্রাচীন সাম্রাজ্য
উদাহরণ :
মিচৰ নীল নদীৰ আশে-পাশে আছিল
সমার্থক : মিচৰ, মিচৰ সাম্রাজ্য