অর্থ : সুস্থ বা নিৰোগী অৱস্থা
উদাহরণ :
নিয়মিতভাবে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে
সমার্থক : স্বাস্থ্য
অর্থ : যাৰ কোনো বেমাৰ-আজাৰ নাই বা যি ভাল স্বাস্থ্যৰ অধিকাৰী
উদাহরণ :
এতিয়া আপোনাৰ শৰীৰ সুস্থ
সমার্থক : অৰুগ্ন, নিৰোগী, সুস্থ, স্বস্থ, স্বাস্থ্যজনক, স্বাস্থ্যৱান