সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জনসাধাৰণৰ জীৱন আৰু সামগ্রীৰ ৰক্ষাৰ কাৰণে থকা বিভাগ, দল বা সংস্থা
উদাহরণ : তেওঁক ধৰিবৰ কাৰণে পুলিচ আহিছে
সমার্থক : আৰক্ষী বাহিনী, আৰক্ষী-বাহিনী, পুলিচ
অর্থ : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
উদাহরণ : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
সমার্থক : চিপাহী, পুলিচ
ইনস্টল