সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
উদাহরণ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
সমার্থক : প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
অর্থ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
উদাহরণ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
অর্থ : ঈশ্বৰ, ধর্ম ্বা ডাঙৰ লোকৰ প্রতি আদৰপূর্ণ ্বা পূজ্য ভাব প্রকাশ কোনো ভাল কাম
উদাহরণ : ভগৱানৰ প্রতি মনত শ্রদ্ধা থকা উচিত
সমার্থক : আদৰভাব, নিষ্ঠা, শ্রদ্ধা
ইনস্টল