সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঈশ্বৰক বিশ্বাস কৰা লোক
উদাহরণ : মহাশিৱৰাত্রিৰ শুভমুহূর্তত শিৱ মন্দিৰৰ সন্মুখত ঈশ্বৰভক্তৰ ভিৰ হৈছিল
সমার্থক : ঈশ্বৰবাদী, ঈশ্বৰভক্ত
অর্থ : যি বেদ, ঈশ্বৰ আৰু পৰলোক আদিৰ ওপৰত বিশ্বাস ৰাখে
উদাহরণ : প্রকৃত হিন্দু আস্তিক হয়
সমার্থক : ঈশ্বৰনিষ্ঠ
ইনস্টল