সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
উদাহরণ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
সমার্থক : আলয়, মন্দিৰ
অর্থ : সাধু-সন্তৰ নিবাস স্থল
উদাহরণ : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
সমার্থক : মঠ
অর্থ : ঋষি বা মুনি থকা ঠাই:বনবাসত থাকোতে শ্রীৰামে পঞ্চৱতীত নিজৰ আশ্রম পাতিছিল
উদাহরণ :
ইনস্টল