সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মনত হোৱা দুর্ভাৱনা
উদাহরণ : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
সমার্থক : বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা, সংশয়
অর্থ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
উদাহরণ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
সমার্থক : শংকা, শঙ্কা, সংশয়, সন্দেহ
ইনস্টল