অর্থ : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত
উদাহরণ :
পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে
সমার্থক : আতংকবাদ, সন্ত্রাস, সন্ত্রাসবাদ
অর্থ : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়
উদাহরণ :
গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল
সমার্থক : সন্ত্রাস
অর্থ : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়
উদাহরণ :
কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে
সমার্থক : সন্ত্রাস