সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ সাতগুণ অধিক পৰিমাণ
উদাহরণ : আঠৰ আঠগুণ চৌষষ্ঠী
অর্থ : সাতগুণতকৈ আৰু এগুণ বেছি
উদাহরণ : মই তোমাতকৈ আঠগুণ বেছি খাব নোৱাৰো
অর্থ : যিমান হয় তাতকৈ সাত বাৰ আৰু অধিক
উদাহরণ : আনৰ তুলনাত মোহনে আঠগুণ অধিক বেতন লাভ কৰে
ইনস্টল