সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
উদাহরণ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
সমার্থক : দুখ
অর্থ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
উদাহরণ : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
অর্থ : মৰা কার্য
উদাহরণ : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
সমার্থক : পিতন, প্রহাৰ, মাৰ
অর্থ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
উদাহরণ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
সমার্থক : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ইনস্টল