অর্থ : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
উদাহরণ :
সমার্থক : ইতিকিং, কটাক্ষ, ব্যঙ্গ-উক্তি
অর্থ : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
উদাহরণ :
দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
সমার্থক : অনুতাপ, অনুশোচনা, আত্মগ্লানি