অর্থ : আক্রমণ কৰোতা ব্যক্তি
উদাহরণ :
সৈনিকসকলে দৌৰি দৌৰি দুটা আক্রমণকাৰীক ধৰিলে
অর্থ : আক্রমণ কৰা ব্যক্তি
উদাহরণ :
ভাৰতবর্ষৰ ওপৰত ্আক্রমণকাৰীয়ে মাজে-মাজে ৰাজত্ব কৰে
সমার্থক : ্আক্রমণ কর্তা
অর্থ : যি আক্রমণ কৰে
উদাহরণ :
আক্রমণকাৰী সৈনিকে কিল্লাটো হস্তগত কৰিলে
সমার্থক : আক্রমণ ্কর্তা, আগ্রাসী, হানাদাৰ