অর্থ : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
উদাহরণ :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
অর্থ : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
উদাহরণ :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
সমার্থক : দোহৰা, পুনৰাবৃত্তি কৰা