সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
উদাহরণ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
সমার্থক : আই
অর্থ : মাকৰ মাক
উদাহরণ : মোৰ প্রতিপালন আইতাই কৰিছিল
সমার্থক : আথাও, আবু
অর্থ : ককাদেউতাৰ পত্নী
উদাহরণ : আইতাই লʼৰা-ছোৱালীবোৰক সদায় সাধু শুনায়
ইনস্টল