অর্থ : দূৰত বা পৃথক কৰি থোৱা
উদাহরণ :
কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে
সমার্থক : আঁ্তৰাই থোৱা
অর্থ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
উদাহরণ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
সমার্থক : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া
অর্থ : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া
উদাহরণ :
চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা
অর্থ : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা
উদাহরণ :
কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে
সমার্থক : পদচ্যুত কৰা, বর্খাস্ত কৰা