সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দেখা কার্য
উদাহরণ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
সমার্থক : চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য
অর্থ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
উদাহরণ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
সমার্থক : চোৱা-চিতা, দৃষ্টিপাত
অর্থ : দেখা অৱস্থা বা ভাব
উদাহরণ : এই বস্তুটো দেখনত ভাল
সমার্থক : চাৱনি, দর্শন, দেখন, ্চাৱন
ইনস্টল