সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
উদাহরণ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
সমার্থক : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
অর্থ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
উদাহরণ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
সমার্থক : অগ্রাহ্য, অনাদৰ, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
ইনস্টল