সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো জনা হৈছে
উদাহরণ : এই কথাটো মোৰ জ্ঞাত
সমার্থক : অনুভূত, ওৱাকিপহাল, জ্ঞাত, বিজ্ঞাত, বিদিত, সুবিজ্ঞাত, সুবিদিত
অর্থ : প্রথমৰ পৰাই জনা
উদাহরণ : এই পূর্ব-পৰিচিত বস্তুবোৰৰ বাহিৰে আন বেলেগ বস্তু দেখুৱাওক
সমার্থক : অভিজ্ঞাত, পূর্ব-পৰিচিত, বিদিত
ইনস্টল