সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক স্পর্শ কৰিব নোৱাৰি বা স্পর্শৰ অযোগ্য
উদাহরণ : অস্পৃশ্যজনে চুই যোৱা কাৰণে তেওঁ ্গা ধুবলৈ গʼল
অর্থ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
উদাহরণ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
সমার্থক : অচ্ছুৎ, নিকৃষ্ট, পতিত
ইনস্টল