অর্থ : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
উদাহরণ :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
সমার্থক : নিৰস্ত্র
অর্থ : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
উদাহরণ :
অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
সমার্থক : অস্ত্রবিহীন