সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো সময় অনুসৰি নহয়
উদাহরণ : আপুনি অসময়ত আহি ওলোৱা কাৰণে মই আপোনাক এক পইচাও দিব নোৱাৰোঁ
সমার্থক : অবতৰত, কুক্ষণত, বেয়া সময়ত
অর্থ : অনুপযুক্ত সময়ত
উদাহরণ : আপুনি অসময়ত আহি ওলাইছেহি, মই আপোনাৰ একো সহায় কৰিব নোৱাৰিম
ইনস্টল