অর্থ : অসম ৰাজ্যৰ ভাষা
উদাহরণ :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
সমার্থক : অসমীয়া ভাষা
অর্থ : অসম ৰাজ্যৰ অধিবাসী
উদাহরণ :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
অর্থ : অসম ৰাজ্যৰ নিবাসী
উদাহরণ :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
অর্থ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
উদাহরণ :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
অর্থ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
উদাহরণ :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
অর্থ : অসমত থকা বা বসতি কৰা
উদাহরণ :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত