সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
উদাহরণ : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
সমার্থক : প্রভেদ, ব্যৱধান
অর্থ : সমান নোহোৱা অৱস্থা বা ভাব
উদাহরণ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
সমার্থক : পার্থকয্, প্রভেদ, ভিন্নতা, ভেদ
ইনস্টল