সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটাই ডাঙৰ বীজ থকা এবিধ ফলৰ টান আৰু অঁহীয়া আৱৰণ থকা বীজ
উদাহরণ : আম খোৱাৰ পিছত ্ তেওঁ ্ আমৰ গুটিটো পিছফালে গুঁজি থʼলে
সমার্থক : অষ্টিলা, আমৰ গুটি
অর্থ : ফলৰ গুটিৰ ভিতৰত থকা অঁহীয়া অংশ
উদাহরণ : কোনো বীজৰ অষ্টি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : ্অন্তর্বীজ
ইনস্টল