সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ শৰীৰ নাই
উদাহরণ : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
সমার্থক : অকায়, অতনু, অশৰীৰ, অৱয়ববিহীন, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহ, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
অর্থ : যি শাৰীৰিক নহয়
উদাহরণ : কবীৰৰ ঈশ্বৰ অশৰীৰী আছিল
সমার্থক : অশাৰীৰিক
ইনস্টল