সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি যোগ্য নহয়
উদাহরণ : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
সমার্থক : অযোগ্য
অর্থ : যি কোনো কাম নকৰে
উদাহরণ : নি্ষ্কর্মা ব্যক্তিক সকলোৱে বেয়া পায়
সমার্থক : অকর্মণ্য, অকর্মা, অকাজভাগী, অকামিলা, নি্ষ্কর্মা, বেকাৰ
অর্থ : যিজন যোগ্য নহয়
উদাহরণ : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
সমার্থক : অনুপযুক্ত, অনুপযোগী, অযোগ্য, গড়লায়ক, জলধা, যোগ্যহীন
ইনস্টল