সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি যোগ্য নহয়
উদাহরণ : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
সমার্থক : অলায়ক
অর্থ : যিজন যোগ্য নহয়
উদাহরণ : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
সমার্থক : অনুপযুক্ত, অনুপযোগী, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
অর্থ : যি কোনো কাম কৰাৰ কাৰণে যোগ্য নহয়
উদাহরণ : অকর্মণ্য ব্যক্তি সমাজৰ বোজা স্বৰূপ
সমার্থক : অকর্মণ্য
ইনস্টল