সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক বন্ধা হৈছে
উদাহরণ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
সমার্থক : আৱদ্ধ, নিৱদ্ধ
অর্থ : যিয়ে মোক্ষ লাভ কৰা নাই বা জন্ম-মৃত্যুৰ পৰা পৰিত্রাণ পোৱা নাই
উদাহরণ : তেওঁ মুক্তি নোপোৱা আত্মাৰ শান্তিৰ কাৰণে পিণ্ডদান কৰিছে
সমার্থক : মুক্তি নোপোৱা-
ইনস্টল