অর্থ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
উদাহরণ :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
সমার্থক : অল্পবিকশিত
অর্থ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
উদাহরণ :
এই কামটো নতুন মানুহেও কৰিব পাৰে
সমার্থক : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু