সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন পৰিচিত নহয়
উদাহরণ : আমি অপৰিচিতসকলৰ লগতো ভাল ব্যৱহাৰ কৰিব লাগে
অর্থ : যি পৰিচিত নহয়
উদাহরণ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
সমার্থক : অচিন, অচিনাকি, অজান, অজানা
অর্থ : যিটো জ্ঞাত নহয়
উদাহরণ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
সমার্থক : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অজ্ঞাত, নজনা-নুশুনা
ইনস্টল