সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো প্রিয় নহয়
উদাহরণ : অপ্রিয় কথা নকʼবা
সমার্থক : অপ্রীতিকৰ
অর্থ : যিটো পছন্দ নহয়
উদাহরণ : বাধ্যত পৰি কিছুমান লোকে অপছন্দৰ বস্তু কিনিব লগাত হয়
সমার্থক : অপছন্দ
অর্থ : যিটো ৰুচিকৰ নহয়
উদাহরণ : অৰুচিকৰ কাম কৰা উচিত নহয়
সমার্থক : অপ্রীতিকৰ, অৰুচিকৰ
ইনস্টল