অর্থ : যি নি্র্ধাৰিত নহয়
উদাহরণ :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
সমার্থক : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
অর্থ : যিটো আশা কৰা নহয়
উদাহরণ :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
সমার্থক : অনাকাংক্ষিত
অর্থ : যি প্রত্যাশাৰ পৰা দূৰত
উদাহরণ :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
সমার্থক : আশাতীত, প্রত্যাশাতীত