অর্থ : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
উদাহরণ :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
সমার্থক : ্অপহৰণকর্তা
অর্থ : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা
উদাহরণ :
অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে
অর্থ : অপহৰণ কৰা ব্যক্তি
উদাহরণ :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
সমার্থক : অপহৰণ-কর্তা, ্অপহৰণকর্তা