সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
উদাহরণ : এই পথত ডকাইতে পথিকক ডকাইতি কৰে
সমার্থক : ডকাইতি, লুট কৰা, লুট-পাত কৰা
অর্থ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা
উদাহরণ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে
সমার্থক : হৰণ কৰা, হৰা
ইনস্টল