সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চুৰি কৰা
উদাহরণ : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে
সমার্থক : চুৰি
অর্থ : যাৰ অপহৰণ কৰা হৈছে
উদাহরণ : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল
অর্থ : কাঢ়ি নিয়া
উদাহরণ : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা
সমার্থক : লুণ্ঠিত
ইনস্টল