অর্থ : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
উদাহরণ :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
সমার্থক : উনমনা
অর্থ : যি সাৱধান নহয়
উদাহরণ :
অসাৱধান লোক বিপদত পৰে
সমার্থক : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ