অর্থ : কাম-বনত উৎসাহ নেদেখুওৱাজন
উদাহরণ :
কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
অর্থ : যʼত উৎসাহ বা স্ফূর্তি নাই
উদাহরণ :
স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
সমার্থক : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন