অর্থ : নিয়মানুসৰি কোনো কাম কৰা ক্রিয়া
উদাহরণ :
ককাদেউতাৰ অনুষ্ঠান কোনো কাৰণতে ভংগ নহয়
অর্থ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
উদাহরণ :
বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
সমার্থক : অনুষ্ঠান-পর্ব, পর্ব, পৰব, ্সকাম