অর্থ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
উদাহরণ :
তেওঁ সন্ত কবীৰৰ অনুগামী
সমার্থক : অনুগত
অর্থ : কাৰোবাক সমান আচৰণ কৰোতা
উদাহরণ :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
অর্থ : আজ্ঞাৰ পালন কৰোতা
উদাহরণ :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
সমার্থক : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক