সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে অনুকৰণ কৰে
উদাহরণ : নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে
সমার্থক : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুসৰণকাৰী
অর্থ : অনুকৰণ কৰোতা
উদাহরণ : লʼৰা-ছোৱালী ডাঙৰৰ অনুকৰণকাৰী হয়
সমার্থক : অনুকৰণকর্তা, অনুসৰণকাৰী
অর্থ : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
উদাহরণ : বান্দৰ বহুত অনুকৰণকাৰী
সমার্থক : নকলকাৰী
ইনস্টল