অর্থ : নি্র্ণয় ্বা নিশ্চয়ৰ ্অভাৱ
উদাহরণ :
অনিশ্চয়তাৰ অৱস্থাত কামবোৰ স্থগিত কৰি দিয়াই ভাল
সমার্থক : অ্্নির্ণয়
অর্থ : হয় বা নহয় সূচক স্থিতি
উদাহরণ :
আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
সমার্থক : কুণ্ঠা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা