অর্থ : যি নি্র্ধাৰিত নহয়
উদাহরণ :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
সমার্থক : অনি্র্ধাৰিত, অপ্রত্যাশিত, নভবা নিচিন্তা
অর্থ : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
উদাহরণ :
আপুনি সন্দেহজনক কথা কিয় কয় ?
সমার্থক : অঠিক, অবিশ্বাস্য, দ্বিধাগ্রস্ত, সংশয়জনক, সন্দেহজনক, সন্দেহপূর্ণ