সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো আৱশ্যক নহয়
উদাহরণ : তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
সমার্থক : অদৰকাৰী, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
অর্থ : যি অদৰকাৰেৰে পূর্ণ
উদাহরণ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
সমার্থক : অদৰকাৰী, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা
ইনস্টল