সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাৰণ নথকাকৈ
উদাহরণ : তেওঁ ্অবাবতে ইয়ালৈ আহিল
সমার্থক : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
অর্থ : যাৰ কোনো অর্থ ্নাথাকে
উদাহরণ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
সমার্থক : অর্থহীন, নি্ৰর্থক
অর্থ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
উদাহরণ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
সমার্থক : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
ইনস্টল