সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ
উদাহরণ : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল
সমার্থক : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ
অর্থ : তলৰ ওঁঠ
উদাহরণ : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা
সমার্থক : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ
ইনস্টল